মৰম ল’বা,
প্ৰথমেই তুমি আচৰিত হৈছা ছাগে ন? পিয়নটোৰ হাতত মোৰ এই চিঠিখন দেখি, বেয়া নাপাবা । আবতৰীয়া বতৰত তোমালৈ চিঠি লিখাৰ বাবে । তুমি ভালেই আছা বুলি মই জানো, তেওঁ চিঠিখনৰে এটা খবৰ লৈ লওঁ বুলি ভাবিলোঁ। তোমাৰ সেই অভিমানী স্বভাব টো গল নে? তোমাৰ সেই অভিমানী স্বভাবটো মই প্ৰেমত পৰিব ধৰিছোঁ । তোমাৰ প্ৰেমত কেতিয়া সোমাই পৰিলোঁ গমে নাপালো। তোমাৰ দীঘল চুলিৰ টাৰি লগত তোমাক দেখিব বহুত ধুনিয়া লাগে। ভাল লাগে তোমাক । তুমি কাৰ লগত কিমান সুখত আছা নাজানো কিন্তু তোমাৰ দুখৰ দিনত মই থাকিম দেখিবা বাৰে বাৰে মনত পৰিব মোৰ কথা বোৰ আৰু তেতিয়া হয়তো বুজিবা তুমি যাৰ লগতে নাথাকা লাগিলে তোমাৰ মনৰ মাজত কোন আছে সেইটো হে আছল কথা । তুমি বিশ্বাস কৰিবলৈ টান পাবা আজিকালি মই সলনি হৈছো মই জীয়াই থাকিবৰ বাবে নহয় তুমি সুখী হোৱাৰ বাবে যজ্ঞ কৰিছোঁ । ক্ৰমশঃ নষ্ট কৰিছো মোৰ বৰ্ধিত হৃদয়ৰ আকোলতা তুমি শুনি সুখ পালেও মই বৰ কষ্ট অনুভৱ কৰিছোঁ আৰু নোৱাৰা হৈ পৰিছোঁ please ভুল নুবুজিবা ।
ইতি
পংকজ ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ