তুমি নাই•চাদ্দাম হুছেইন

Rinku Rajowar
0
তুমি নাই
কথাটো মই জানোঁ
পৃথিৱীয়ে নাজানে ,

লুকুৱাই থওঁ
দৃশ্যমান ধৰণীৰ বুকুত
মোৰ অভিশপ্ত বিফলতাৰ
জীয়া কাহিনী ।

মানি লʼবলৈ ধৰোতেই (তুমি নাই)
আৰ্তস্বৰ এটাই
ৰুদ্ধ দুৱাৰ জপাই 
নিঃশেষ কৰে মোক 
প্ৰতিদিনে !

✍️চাদ্দাম হুছেইন
ৰঙিয়া, কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)