মোৰ মৰমৰ মা -মোকছিদুল আলম

@admin
0
অ মা তুমি কিয় এনেকুৱা ?
তোমাৰ যেন নাই এলেহুৱা !
তোমাৰ কি নালাগে কষ্ট ,
হ'ল তোমাৰ জীৱন নষ্ট।
মোৰ জীৱনৰ শ্ৰেষ্ঠ অ
তোমাৰ ভাল পোৱা 
 সঁচাই তুমি স্বাৰ্থপৰ!
মানিব লাগিব তোমাৰ
নিস্বাৰ্থৰ কথা !
এটা ৰুটি খুজিলে,
 দুটা ৰুটি দিয়া ।
দহ টকা খুজিলে,
পাঁচ টকা দিয়া।
অ আই...
তোমাৰ বাহিৰে নাই অ কোনো
নিস্বাৰ্থ তোমাৰ দৰে ,
তুমি বৰ আপোন অ
মোৰ জীৱন চাকি!
শিকালা প্রথম শব্দ,
বিচাৰিছোঁ শেষ শব্দ ।
মই তোমাৰ শ্ৰেষ্ঠ বিছনাত
থাকিব বিচাৰোঁ শেষ মূহুৰ্ত লৈ।
মা তুমি মহান,
মা তুমি মহান।। 

                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)