৩০ মার্চ-আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
➡️জন্ম
১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ (মৃত্যু: ১৮২৮)।
১৮৪৪ - পল ভেৰ্লেন, ফৰাচী কবি (মৃত্যু: ১৮৯৬)।
১৮৫৩ - ভিনচেণ্ট ভেন গঘ, ওলন্দাজ চিত্ৰশিল্পী।
১৯০৮ - দেৱিকা ৰাণী, ভাৰতীয় অভিনেত্ৰী।
১৯০৯ - ললিথাম্বিকা অন্তৰ্জনাম, ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক।
১৯৭৯ - ন’ৰা জ’নছ, আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী।
১৯৮৩ - নিথিন কুমাৰ ৰেড্ডী, ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
২০০০ - লালৰেমচিয়ামী মাৰ, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
➡️মৃত্যু
১৬৬৩ - মীৰ জুমলা, মোগল সেনাপতি।
১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা, অসমীয় শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সংস্কৃতিৰ গৱেষক। (মৃত্যু: ১৬ অক্টোবৰ, ১৯০৮)
২০০২ - আনন্দ বক্সী, ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। (জন্ম: ২১ জুলাই, ১৯৩০)
➡️দিৱস
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস (যুক্তৰাষ্ট্ৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)