২০ এপ্ৰিল-আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
জন্ম**
১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
১৯৪১ - ৰেই টম্‌লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
১৯৪৮ - প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
১৯৫০ - নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
১৯৭২ - মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু**
২০১৯ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
দিৱস**
ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)