১৯ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0
১৯ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৬টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৭৭৫ চনত আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।
২/ আজিৰ দিনটোতে ১৮৩৯ চনত লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ।

 ৩/ আজিৰ দিনটোতে ১৯৩২ চনত অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী তুলতুল বৰুৱাৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৩৫ চনত ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী ৰেৱকান্ত মহন্তৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৮২৪ চনত  এংলো-স্ক'টিছ কবি লৰ্ড বায়ৰনৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ১৮৫৮ চনত  ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী অনুৰূপা দেৱীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)