সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উত্তৰ -১৯৮১ চনত ।
২/ উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ -মালিগাৱঁত অৱস্থিত ।
৩/ অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
উত্তৰ -মহানন্দ দাস ।
৪/'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?
উত্তৰ -মহাত্মা গান্ধী ।
৫/কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ -১৯০১ চনত ।
৬/অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
উত্তৰ -শিলঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)