১৮ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0
এপ্ৰিল  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৭টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৫৩ চনতএছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
২/ আজিৰ দিনটোতে ১৮৫৮ চনত ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক ধন্দ কেশৱ কৰ্ৱেৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯১৬ চনত ভাৰতীয় অভিনেত্ৰী ললিতা পাৱাৰৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে 
১৯৯৯  চনত জাপানী যোগ চিত্ৰশিল্পী মিগিশ্বি ছেটছুকোৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ২০১৯ চনত বাংলাদেশৰ চলচ্চিত্ৰ পৰিচালক হাছিবুল ইছলাম মিজানৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে 
২০০১ চনত  পাকিস্তানী অভিনেত্ৰী আৰু কণ্ঠশিল্পী খুৰশীদ বানোৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)