অপ্ৰত্যাশিত খবৰটো -প্ৰণৱ ভাগৱতী

©Admin
0
হঠাৎ দুৱাৰত প্ৰচণ্ডভাৱে শব্দ কৰি  কোনোবাই চিঞৰিলে, "অই নাহৰ , বাহিৰলৈ ওলাই আহচোন"। নাহৰে ওলাই গৈ দেখিলে , তাৰ সমনীয়া অসীম আৰু ৰিব! দুয়োটাই গভীৰভাৱে ৰৈ আছে। "কি হ’ল নো" বুলি সি সোধাত সিহঁতে ক’লে, " নিপন নাই "! সি সুধিলে ," কি হ’লনো নিপনৰ? যোৱাকালি সন্ধিয়া দেখোন লগ পাইছিলো তাক টিউচনৰ পৰা আহোঁতে চাৰিআলিৰ চকত" । সিহঁতে আকৌ  ক’লে “সি যোৱাকালি যে কৈছিল , সমাজখনৰ নৈতিক স্খলনৰ কথা , তাকেই শুধৰোৱাৰ স্বাৰ্থত বিদ্ৰোহী পন্থা আঁকোৱালি ল’বলৈ সি যোৱাকালি ৰাতিয়ে বোলে ওলাই গ’ল... 
চিঠিখন ৰাতিপুৱাই পালে খুৰীহঁতে... " 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)