দেউতা- হীৰামণি দহোটীয়া

©Admin
0
দেউতা  তুমিয়ে মোৰ সকলো 
          তোমাৰ দুচকুত দেখো 
মোৰ অনেক সপোন। 

তৰাৰ দৰে জিলিকাইছা 
          মোৰ আন্ধাৰ 
আকাশখন । 

প্রতিটো ঘাত - প্রতিঘাতত 
          হাতে হাত ধৰি খোজ দি
আগুৱাই লৈ গৈছা ।

মোৰ বাবে কৰিছা  
         মাটিত ঘাম পেলাই
অনেক কষ্ট। 

তুমিয়ে মোৰ ঈশ্বৰ 
         তোমাকে
জনাওঁ সেৱা।। 
               
হীৰামণি দহোটীয়া
পেঙেৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)