২৫ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0
২৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫১টা দিন বাকী থাকে।  এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৯৩ চনত অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯৫৬ চনত অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৮৭ চনত ভাৰতীয় গায়ক অৰিজিৎ সিংৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৫১ চনত ভাৰতীয় সমাজকৰ্মী অবলা বসুৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ২০১৬ চনত  ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু নৃত্যশিল্পী পূৰ্ণিমা অৰবিন্দ পাকভাসাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)