প্ৰেম- ৰীতে ৰিদম

Rinku Rajowar
0
মিংমাং নদীত
বৰশী বাওতে 
তুমি মাছ হৈছিলা
মোৰ বৰশীৰ সমস্ত কেচু
খাই পেলালা,

খেলিব নাজানিলো 
সেই খেলা
বেলি গৈ পাইছিলগৈ
বাতি বেলা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)