২ মে ইতিহাসত আজিৰ দিনটো

©Admin
0
২ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৯২০ চনত  ভাৰতীয় গায়ক আৰু চিতাৰ বাদক বসন্তৰাও দেশপাণ্ডেৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯২১ চনত  ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯২৮ চনত  ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী মায়া ৰাওৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৫১৯ চনত  বিশ্ব বিখ্যাত চিত্ৰশিল্পী
লিঅ'নাৰ্ড' দা ভিন্সিৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯২৮ চনত  অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)