১৬ মে' ইতিহাসত আজিৰ দিনটো

©Admin
0
১৬ মে'  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৯১১ চনত কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
২/ আজিৰ দিনটোতে ১৯২৯ চনত অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
৩/ আজিৰ দিনটোতে ১৯৭৫ চনত ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
৪/ আজিৰ দিনটোতে ১৯০৩ চনত  অসমীয়া জননেতা আৰু আইনজ্ঞ ভীমবৰ দেউৰীৰ জন্ম হয়।
৫/ আজিৰ দিনটোতে ১৯০৫ চনত  আমেৰিকান অভিনেতা 
হেনৰী ফণ্ডাৰ জন্ম হৈছিল।
 ৬/ আজিৰ দিনটোতে ১৮৩০ চনত  ফৰাছী গণিতজ্ঞ জোছেফ ফুৰিয়েৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ১৯৯৪ চনত  ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ফণী মজুমদাৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)