ভালপোৱা কি-দিৱ্যজ্যোতি মালো

@admin
0
ভালপোৱা কি?
যদি তুমি কাৰোবাক ভালপোৱা
তেন্তে তুমি তাক মৰম তথা 
প্ৰেমৰ চকুৰে চাবা।
যদি তুমি কাৰোবাক ভালপোৱা 
তেন্তে তাক সন্মান তথা 
শ্ৰদ্ধা কৰিবা।
কিন্তু তোমাক যদি ভালপোৱাৰ নামত
কু-নজৰে চায়
তেন্তে সেয়া ভালপোৱা নহয় 
সেয়া লালসাহে মাত্ৰ।
মানুহজনক নহয় তেওঁৰ 
দেহটোক হে ভালপায়।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)