সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ।

২/পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ২১ এপ্ৰিল, ১৫২৬ চনত।

৩/পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ৫ নৱেম্বৰ, ১৫৫৬ চনত।

৪/পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৪ জানুৱাৰী, ১৭৬১ চনত।

৫/ অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল?
উত্তৰ:- ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ।

৬/ ভাৰতত প্ৰথম টেলিভিছন সেৱা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৫৯ চনত।

৭/ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-১ কিমান চনত উৎক্ষেপন কৰিছিল?
উত্তৰ:- ২০০৮ চনত।

৮/ প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি?
উত্তৰ:- আৰ্যভট্ট - ১৯৭৫ চন।

৯/ কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৯৯ চনত।

১০/হিৰোচিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কিমান চনত হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)