সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ-১৯৯৯ চনত।
২/হিৰোচিমা আৰু নাগাচাকিত বোমা বিস্ফোৰণ কিমান চনত হৈছিল?
উত্তৰ-১৯৪৫ চনত।
৩/বিশ্বৰ আটাইতকৈ ওখ মূৰ্তিটোৰ নাম কি?
উত্তৰ -Statue of Unity
৪/ইণ্টাৰনেট সেৱা ভাৰতলৈ পোন প্ৰথমে কিমান চনত আহিছিল?
উত্তৰ-১৯৯৫ চনত।
৫/জাপানত ছুনামী কিমান চনত আহিছিল?
উত্তৰ-১১ মাৰ্চ, ২০১১ চন।
৬/পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ-১৪ জানুৱাৰী, ১৭৬১ চনত।
৭/অসম আন্দোলন কিমান চনৰ পৰা কিমান চনলৈ হৈছিল?
উত্তৰ-১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)