২০ জুন ইতিহাসত আজিৰ দিনটো

©Admin
0
২০ জুন  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৪টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৩৭ চনত ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
২/ আজিৰ দিনটোতে ১৯১২ চনত পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।
৩/ আজিৰ দিনটোতে ১৮৯৭ চনত  অসমীয়া কবি ৰত্নকান্ত বৰকাকতীৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৩২ চনত অসমীয়া কবি ৰাম গগৈৰ জন্ম হৈছিল।
৫/আজিৰ দিনটোতে ১৯৩৩ চনত  অসমীয়া কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৬৯ চনত একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ২০০৬ চনত  অসমীয়া সাংবাদিক সতীশ চন্দ্ৰ কাকতিৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)