শুক্লপক্ষৰ এটি জোনাকী নিশা-নিপু কুমাৰ দাস

@admin
0
এটি দুটিকৈ আকাশৰ অযুত তৰা 
গণি গণি শেষ কৰিব নোৱাৰা 
মোৰো তেনে অন্তৰখন বিষাদেই ভৰা
এবাৰ চুই চোৱা অ' মোৰ প্ৰিয়া।

নিজানত কেতিয়াবা ভাবা নে মোৰ কথা 
শুক্লপক্ষৰ এটি জোনাকী নিশা 
মনত পৰে নে তোমাৰ অযুত সপোন ৰচা
দুয়োৰে তেনে দিনৰ সোণালী গাঁথা !

ৰাতিৰ কোলাহল কিমান যে গভীৰতা 
ঝিলিৰ মাতত বুজি পাবা
কিমান যেন মায়া জোনটোক আৱৰা
এই কলীয়া মেঘৰ ঘন ছাঁ 

মায়া ভৰা এই জীৱন মাথো দুদিনীয়া 
ৰং-ৰূপ নিচেই তেনেকুৱা
মৌ-মাখি হ'বলৈ শিকা ভোমোৰা নহ'বা
ম্লান কৰিবলৈ ফুলৰ সৌন্দৰ্য্যতা----।

                  


কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)