অবুজ প্ৰেম -হীৰকজ্যোতি সোণোৱাল

@admin
0
অবুজ প্ৰেমৰ 
লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ 
অথচ ভয়ৰ শংকা
জানোছা অদৃশ্য হোৱা।
সময়ৰ কৃত্ৰিমতাত হেৰায় গ'ল প্ৰেমৰ সুবাস 
জানোছা এবাৰ আহিবা,
বহুদিন হ'ল যোৱা নাই 
চেনেহৰ গাঁওখনিলৈ 
মোৰ হৃদয়ে নোৱাৰে সহিবলৈ 
তোমাৰ শূণ্যতা।
জানোছা এবাৰ অহিবা 
অবুজ মনৰ 
লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ পূৰাবলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)