উদ্বাস্তু নহবা

Rinku Rajowar
0
মৃত্যুৰ পাতত স্বাক্ষৰ থকা বাবেই
এহালি চকু পিটপিটাই ফুৰে
ৰ’দৰ ঠিকনাত !!

ৰণাংগণ পৃথিৱী
যুদ্ধৰ দামামাত উদ্বাস্ত মনুষ্যত্ব ৷৷

পাতনিৰ কথা চৰাই কণীত পঢ়িলেই
ভুলবোৰ শিপাই উঠানত !!
 
এখন নদীৰ সভ্যতাৰ কথা
বুকুতেই লিখা আছে 
পাৰৰ সেউজীয়া দুৱৰীত পাৰ হৈ যায়
এটি এটিকে কৌটিকলীয়া আৰম্ভণিৰ যুঁজ ৷
--------------------------------------------------------
                 জিতেন চেতিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)