দৃষ্টিপাত

Rinku Rajowar
0
দুঃসময়ত পিঠি কেইখন দেখিয়েই তোমালোকক
সহজেই চিনি পালো ।
অদৃক ধাৰণাবোৰত
ফেভিকল ঢালি থৈ
তোমালোক এতিয়া
মখমলৰ বিচনাত
হেঁপাহৰ টোপনিত ।
পিছে ভূমিকম্পৰ জানো
আগতীয়া ঠিকনা থাকে ?
সততা আৰু সত্যতাৰ অন্বেষণ মাথো
তোমালোকৰ বাবে
এখন জাৰণি ।
তোমালোকৰ তেজৰ ৰং
এতিয়া সলনি হ'ল ।

  🔰সৌৰভ কুমাৰ বৰুৱা
     উঃ লখিমপুৰ
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)