গোলাপৰ পাহিটি

Rinku Rajowar
2
গোলাপৰ পাহিটি থৈছিলো যতনাই
বহু দিননো ধৰি
প্ৰথম কেইদিন সুগন্ধি বিলালে
পিছত গ'ল মৰহি,
মৰহি যোৱা ফুলপাহ দেখি
লাগে মনত দুখ
দুখি মনে আকৌ বিচাৰে
গোলাপৰ পাহিটি ক'ত।
গোলাপ পাহিটিয়ে
মোক কত সুখ বিলাই গ'ল
সেই গোলাপৰ পাহিটিক মই
পাহৰি যাওঁ কেনেকৈ?

         ৰিন্টু কুৰ্মী
     
   

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment