মাঘ বিহু

Rinku Rajowar
0
ভোগালি আহিছে জাগ জমকতাৰে ,
সকলোৱে ৰান্ধিছে ৰুচি।

মইযে খাব নাপায় বহি আছো, 
মোক পোছোতা এগৰাকী নাই আজি ।

বাৰু মানি ললো উৰুকা নিশা বুলি,
ব্যস্ত আছা তুমি।

উৰুকাৰ পিছ দিনা মাতিবলৈ নাপাহৰিবা,
মই থাকিম তোমাৰ আশাত বহি।

মাঘৰ বিহু বুলি মই মাতিলো সকলোকে আজি ,
নহাকৈ যদি থাকিব পাৰে তেনে ঘৰতে থাকিবা তুমি।

বিহু বুলি তোমালোকক নিদিওঁ ভৰাই কাঁহি,
বেয়া পালেও পাবা বাপেকে দুখিয়া মানুহ আমি।


সমাগত মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো সকলো আই , বোপাই, ককাই, বাই, ভনী আৰু বন্ধু বান্ধৱী সকলক । 
 
ৰিন্টু কুৰ্মী (বোকাখাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)