সজাগ জনতা

Rinku Rajowar
0
"জাতীয়তাবোধ স্বভিমাণী ৰমণী আমি
দেশৰ বাবে বিন্দু বিন্দু তেজ দিবলৈ সাজু"
শুনা বদনসকল তোমালোকৰ মনোকামনা নহব সফল
লাচিতৰ দেশৰ ডেকা আমি...
প্ৰয়োজন হ'লে তুলি লম হেংডাং
যাব লগা হ'লে জেলতেই যাম
আই মাতৃৰ কোলাত এখন্তেক জিৰণি লম
তথাপি মানি নলও "কেব"
নহলে হব বাংলাদেশ
জাগ ,জাগ অসমীয়া ডেকাসকল
এয়া সময় নহয় ভাগ ভাগ হোৱাৰ
এক হৈ ওলাই যাওঁ আহক
হাতে হাত ধৰি...দৃঢ়তাৰে 
প্ৰতিবাদী সত্তা বিয়পি পৰক সৰ্বত্ৰ
আমাৰ হাতত আছে অসীম বল
আমাৰ চিঞঁৰত আছে বজ্ৰনিনাদ
কপি উঠক দিল্লী ,দিছপুৰ......।
" জয় আই অসম "

কবি- নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)