Home সৌৰভ কুমাৰ বৰুৱা চেৰা-বলিয়া চেৰা-বলিয়া Author - personAdmin January 21, 2020 0 share মই চেৰা-বলিয়াৰদুৰন্ত প্ৰেমিক ।সিহঁতৰ প্ৰতিটোৰক্ত কণিকাতপলুৰ পৰা পখিলা হোৱাৰ কলা ।প্ৰতিটো নিশ্বাসতপৃথিৱী জয়ৰ দুৰ্বাৰ হেপাহ ।সপোনে সিহঁতকশুবলৈ নিদিয়ে ।সমুদ্ৰতলৰ মনিআকাশৰ তৰাদিগন্তৰ সাতোৰঙীইন্দ্ৰধনু হ'বহাতৰ মুঠিত । কবি-সৌৰভ কুমাৰ বৰুৱা উঃ লখিমপুৰ Tags কবিতাসৌৰভ কুমাৰ বৰুৱা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ