No title

Rinku Rajowar
0
তুমি এৰি থৈ যোৱা বাটৰ কেকুৰিত
এটা মাত্ৰ পৰিচয় বিচাৰি আজি লক্ষ্যভ্ৰষ্ট ফাগুন
       
এঢাপ এঢাপকৈ তুংগত উঠিছে
গৰখীয়া বাঁহীৰ নিসংগ চিঞৰ

আৰু তাতেই সৃষ্টি হৈছা তুমি
ন সাজেৰে
ন ৰূপেৰে
ন আশাৰে........

দিব্যজ্যোতি চাহু

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)