স্বাধীনতাৰ মূল

Rinku Rajowar
0
লোপ খালে       গোটেইখিনি

         জগতৰ লগতেই

ধুনীয়া পদুমী     ফুলিলে বোকাত

       লোকালে বোকাতে

যদিও কোনোৱে তুলি সজালে ঘৰত 

    মৰহি গল দুইদিনতেই l

বোলে সৌন্দ্ৰয্য  জগতখন

কিন্ত্ত হাঁহি জিয়াইছে কিমানে ?

এজনে আনজনৰ দুৰ্বলতা দেখুৱাই

     কন্দাই কান্দিছে নিজেও l

লোপ খালে সেই সত্যজীবিৰ

      মহৎ লোকৰ বাণী

আজি মিছাৰ  জীৱনখিনি

    মিছাই মিছা            

         নাই স্বাধীনতা l



কবি- বিশ্বজিত দুসাদ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)