মই নিৰক্ষৰ

Rinku Rajowar
0

মই হ'লো নিৰক্ষৰ

বুজি নাপাও কোনো অক্ষৰ

যদি চাওঁ মূৰ দাঙি 

কি লিখা আছে বুলি

চিনিব নোৱাৰো

সেইবোৰ বা কি অক্ষৰ,

মই যে নিৰক্ষৰ।

নাই মোৰ কোনো 

উন্নত শিক্ষা

সৰুতে ক,খ, শিকিয়েই

শিক্ষকৰ কৰ্কঠনাত 

ত্যাগ কৰিছিলো

সেই পঢ়াশালী

সেইবাবে মই নিৰক্ষৰ।।

       ✍ ৰিন্টু কুৰ্মী 

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)