সেউজ যাত্ৰা পথৰ পথিক

Rinku Rajowar
0
পুৱাৰ লৰা ঢপৰা ওৰ পেলাই
খৰ খোজেৰে আগুৱাই
সেউজীয়া উৰ্বৰা ভূমিলৈ

 চাহাবৰ আদেশ হুকুমত
বাবু মহৰী চৰ্দাৰৰ নিৰ্দেশত
 লিহিৰী দুহাতৰ পৰশত
ডগে ডগে ভৰি পৰে
যাত্ৰা পথৰ চিৰসংগী টুকুৰীটোত ।

🔰নবীন কুৰ্মি (সাপেখাতী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)