বেবেৰিবাং

Rinku Rajowar
0
 নগেন হস্পিতেলৰ ছিটত । বাছি থকাৰ আশা  নাই । একদম serious । খবৰ পাই বন্ধু বগেন নগেনৰ ওচৰ পালেগৈ । নগেনৰ অৱস্থা দেখি বৰ দুখ পালে । নগেনৰ মূৰত হাত থৈ বগেনে কৈছে- মদতো কিমান বেয়া বস্তু তই জানই । গোটেই জীৱনটো মদেই খালি । মদ খাই খাই এতিয়া মৰিবলৈ ধৰিছ । তোক আমি অকালতে হেৰুৱাব লাগিব এতিয়া ।
নগেন- দুখ নকৰিবি অ বগেন । আচলতে কি জান ! মদ বেয়া বস্তু নাছিল অ ! আচলতে মোৰ লিভাৰটোহে কমজুৰি আছিল বুইছ !😂😂

সৌৰভ কুমাৰ বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)