সোঁৱৰিবলৈ পাৰ নাই
যাৰ গীতৰ ভাষা …,..৷
জাতি ধৰ্ম শুধৰাবলৈ গাইছিল
ক’ত যে শুৱলা গীতৰ ৰাগিণী
গাইছিল ভূপেন দাই
প্ৰকৃতিৰ বিহগী গান
গাইছিল সমাজৰ। সংস্কাৰৰ গীত
অনুভৱ কৰিছিল
তেখেতে প্ৰকৃত মানৱৰ
শুধৰিব জানো কুসংস্কাৰ
আতৰিব জানো দেশৰ দুৰ্নীতি
নিশ্চয় হব এদিন মানৱী দেশ
জীৱনৰ শেষ নিশা থাকিল মোৰ
আবেগিক জীৱনৰ আশাৰ প্ৰাৰ্থনা
হে ভগৱান তোমাৰে ভৰসা ৷
কবি – ভাস্কৰ কায়স্থ
অষ্টম শ্ৰেণী
ৰজ ইংগলিছ হাইস্কুল বোকাখাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ