আঘোণ

Rinku Rajowar
0
অনামী সুৰৰ মায়াজাল
কুঁৱলীৰ বগা আঁচল
তিৰবিৰ তৰাৰ পোহৰত
জোনাকী পৰুৱাৰ সংগোপন আত্মা
বতাহৰ আগে আগে কবি
আৰু অলপ দূৰত সোণগুটিৰ বাগিছা

পথাৰৰ বুকুত এতিয়া আঘোন
গাত নাই তত্ ৰংমনৰ
লখিমিক আদৰিবলৈ

দুখীৰামৰ দুখ
আঘোন ক'ত!
ভোগালী নাই য'ত…

🔰 বিনোদ কুৰ্মী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)