জন্মভূমি

Rinku Rajowar
0

কণ কণ শিশু আমি

পুষ্পপাৰিজাত

দেশৰ ভৱিষ্যত আমি

শিক্ষাগুৰুৰ আশিৰ্বাদ ৷


নোৱাৰে জিনিব আমাক

ষষ্ট  ৰিপুৰ চালনাই

গঢ়িম আমি দেশ

অসমীয়া ভাষাৰ  ভৰাল ৷


য’ত হব ভাতৃ আমাৰ

চেনেহৰ আপোনৰ বান্ধোন

জাতি উপজাতি আমি

আছো বহু জাতি সম্প্ৰদায় ।


প্ৰত্যেকেই ই নিজৰ বাবে

পাতে বহু অনু্ষ্ঠান

কিন্তু কৰিম আমি

প্ৰতিটোৱে থাকিব ৷


অসমীয়া ভাষাৰ 

বাধ্যবাধকতা

সকলোৰে মিশ্ৰিত হব

কলাকৃস্তি সংস্কৃতি ৷


এই হব শ্ৰেষ্ঠ ধৰণীত

বৃহৎ অসমীয়া জাতি

আকৌ বাজিব ডবা , শংখ  ,উৰুলি

মিলন হব সপ্ত ভনীৰ ৷


কবি – ভাস্কৰ কায়স্থ

(  অষ্টম শ্ৰেণীৰ ছাত্ৰ  )

 





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)