বসন্ত

Rinku Rajowar
0

বসন্তৰ প্ৰাণ চঞ্চলত

বাহিৰত বতাহৰ হু- হুৱনি

গৰ্জি উঠিল মেঘৰ প্ৰক্ষৰতা

কঁপিবলৈ ধৰিলে বুকু

ভয়ত ভিতৰলৈ দৌৰিোসোমালো 

এনেতে এটি শুৱলা শব্দ

কানত পৰিল কুউউউউউউউউউ

লগে লগে মনত আনন্দ আহিল

গছে পাত সলাব ফুলবোৰ ফুলিব

নানৰন ফলমূল ধৰণী ভৰিব

কুলি কেতেকীৰ সুমধূৰ তানে

নপানীত গৰু গা ধুৱাব 

ঢোল পেঁপা গগণাত 

মতলীয়া নাচোনত অসমী যুৱ 

সঠাৎ ভণ্টিয়ে লগতে নাচি নাচি

মাত লগালে

দেখিলো মই ঘৰৰ ভিতৰত

বতাহ ধুমুহা একো নাই

ফৰকাল শুকুলা জোনাক ৷


কবি - ভাস্কৰ কায়স 

অষ্টম শ্ৰেণী 

ৰজ ইঙলিছ স্কুল বোকাখাট


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)