মন মন্দিৰ

Rinku Rajowar
0

তুমি অন্ধত আছা  

তুমি কিয় চিনিব খোজা নাই

ইটা বালিৰে সজা ঘৰ

কৰিছা তুমি মন্দিৰ


শিল আৰু নিজ হাতেৰে

বনোৱা মূৰ্তিক 

ভগৱান বুলি পুজা কৰা

কি আছেনে তাত ইশ্বৰৰ বাস


তুমি অন্ধত আছা

এই জগতত এটাই 

মাথো মন্দিৰ আছে

সেয়াই জীৱদেহ , সেইয়াই তুমি 

য’ত বাস কৰে স্বয়ং ইশ্বৰ


ফটো , শিল , মূৰ্ত্তিক পূজা কৰি 

ইশ্বৰৰ অস্তিত্ব নষ্ট নকৰি

নিজ মনৰ পূজাৰে 

ইশ্বৰৰ অস্তিত্ব ৰক্ষা কৰা !


সহশ্ৰ কষ্টৰে তেজ দি

জন্ম দিছে কোন

বাৰু কোৱা ইশ্বৰৰ অস্তিত্ব

ৰাখিছে কোন ?

সেইজনক পূজা সেয়াই 

তোমাৰ মা দেউতা !


কবি – বিশ্বজিৎ দুসাদ

নুমলীগড় চাহ বাগিছা



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)