জীৱন

Rinku Rajowar
0

মানুহৰ জীৱন নহয়

এলাআঠানি

বহুত কঠিন এই জীৱন

আজি জন্ম হৈ

দুইবছৰ মাৰ খাই গাখীৰ থাকো

এবছৰ হোৱাৰ পাছত

খোজ কাঢ়িবলৈ লওঁ

পাঁচ বছৰ হোৱাৰ লগে লগে

স্কুলত নাম লগাওঁ

যেতিয়া দশমমানত পাওঁ

মেট্ৰিকৰ পৰীক্ষা  দিওঁ

মেট্ৰিকৰ পাছত 

পাছ হলে চাকৰি পাওঁ

চাকৰি কৰো মাহেকত 

পঞ্চাছ হেজাৰ দৰমাহ পাওঁ

আকৌ পঞ্চাছ বছৰ 

হোৱাৰ লগে লগে

চাকৰি শেষ হৈ

তাৰপিছত পেঞ্চন পইচা পাওঁ

মানুহৰ জীৱন এইয়াই 

আজি আছে কালি নাই ৷



কবি  - ৰাহুল কুৰ্মী 

সপ্তম শ্ৰেণী

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)