আৰু নোৱাৰে ম’ম,বন্তিৰ পোঽৰ
এই অনুজ্জল সপোন
জুইৰ শলাৰে ক’ত নেদেখো বাট
তিৰ বিৰণি আকাশতো বাট নিৰৱ
নাপাওঁ শেষ বাট
মনৰ ভাৱ ক’বলৈ সাহ নাই
মনতে থাকিব সকলো লুকাই
এঙাৰ জ্বলে এই কলিজাত
জ্বলি কলিজা দেহ ফূপোলা
তথাপিও খবৰ নাপাই মোৰ ভাই
মনতে পাখি মেলি সপোনতে
সপোন মেলি
আজি মই দেখো সপোন
এন্ধাৰতে সপোন
কবি- বিশ্বজিৎ দুসাদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ