আহ্বান

Rinku Rajowar
0

সেন্দূৰী সুৰুযে 

হাত বাউলি মোক

কিয় নাজানো মাতে

উৰি উৰি যাওঁ মই

তাৰ কাষলে

সেন্দূৰী সুৰুজৰ

কপালত মই

ৰামধেনু আঁকো

 সপোনৰ  ৰঙৰে

জগতে সুৱাস লবলে ৷


ভাস্কৰ কায়স্থ

অষ্টমমান শ্ৰেণী 

কুৰুৱাবাহী মধুপুৰ

দুলাল ৰবিদাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)