অকবিতা

Rinku Rajowar
0
টকাৰ কি গৰজ

গৰজ কি 
সুৰা আৰু নাৰীৰ

খুৱাই দিয়া 
ধৰ্মৰ আফিং

মুখা খুলিবলে' 
মানুহৰ !

📝সঞ্জীৱ সাগৰ চৌধুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)