NPR+NRC+CAA এইয়া মাথো পাঁচটা আঙুলিৰ খেল

Rinku Rajowar
0

বৰ্তমান দেশজুৰি উতপ্ত পৰিস্থিতিৰ বাতাবৰণ হৈ আছে CAA আইনটোক লৈ ৷

কিন্তু কিমানে জানে ইয়াৰ মূলশিপা কোনটো ৷ হয়তো বহুত কম সংখ্যাক লোকেহে জানে বা নজানে বুলি কলেও ভুল নহব ৷ 

গতিকে আজি মই  CAA ৰ ৰহস্য ভেদ কৰিম একান্তমনে আপুনি পঢ়িব ৷

প্ৰথম আঙুলিৰ কাম আপোনাৰ ঘৰ পিয়ল কৰিবলৈ আহিব পৰিয়ালৰ সকলোৰে নাম লিখিব আৰু আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আদি বিচাৰিব অন্য বেলেগ প্ৰমাণপত্ৰ সেইদিনা নিবিচাৰে আপুনি ভাৱিব কোনো চিন্তাৰ কাৰণ নাই ৷ এইয়া হ’ল প্ৰথম আঙুলিৰ কাম NPR এই তথা নি কোনোবা দপ্তৰত থৈ দিব কিছু দিনৰ বা মাহৰ পাছত তথাখিনি চাব এই কামটো হ’ল দ্বিতীয় আঙুলিৰ কাম তথাত যদি  নাম , জ্ন্ম তাৰিখ , আধাৰ নম্বৰ , ঠিকনা আদি ইয়াৰ এটাও  ভুল থাকে তেতিয়া সেই তথা সন্দেহজনক বুলি লিখি থব ৷

এই তথা প্ৰেৰণ হব তৃতীয় আঙুলিলৈ 

আৰু এই তৃতীয় আঙুলিটো হ’ল NRC 

যিসকলৰ তথাত ভুল থাকিব সেইজললৈ জাননী পঠিয়াব যে আপুনি নিজকে ভাৰতীয় বুলি সঠিক প্ৰমাণ দিয়ক এইয়া চতুৰ্থ আঙুলিৰ কাম যিসকলৰ তথাত ভুল আছে তেওঁৰ নাম বিদেশী তালিকাত অন্তৰ্ভুক্ত হব তেতিয়া সেইজনক বিদেশী হোৱাৰ প্ৰমাণ বিচাৰিব অন্তিম সুযোগ যদিহে নোৱাৰে এইয়া আহি পৰিব পঞ্চম আঙুলিৰ কথা ইয়াত যদি মুছলমান লোকৰ কথা তেন্তে সুযোগ নাই ৷ আৰু এই পঞ্চম আঙুলিৰ কাম হ’ল CAA .

এতিয়া CAA মানে কি ?

এতিয়া আচল কামটো হব যিসকলে এন আৰ চি ত স্থান নাই পোৱা বা প্ৰপত্ৰৰ গণ্ডগোলত এন আৰ চি ত নাম অহা নাই সেইসকলক বিদেশী ঘোষণা কৰিব লাগে সেইজন ব্যক্তি চাৰিশ/ পাঁচশ বছৰৰপৰাই ভাৰতত বসবাস নকৰক কিয় প্ৰমাণ নাই যদি বিদেশী মুছলমানৰ তো ক্ষমাই নাই ৷ এনেকৈ ভাৰতীয় সকলক দিটেকচন কেম্পত ৰাখি পশুতকৈ বেছি দুৰব্যৱহাৰ কৰিব 

আৰু ডিটেকচন কেম্প মানে জেলখনা য'ত দয়া মমতাৰ স্থান নাই ৷ এইফালে ভাৰতৰ বাহিৰত থকা হিন্দুসকলক ভাৰতত আনি বহাব ৷ 

এতিয়া প্ৰশ্ন হ’ল যে শশ বছৰ ভাৰতত থাকিও প্ৰমাণ দিব নোৱাৰি দেশী হ’ল বিদেশী ৷ কিন্তু যিসকল ভাৰতৰ বাহিৰত জ্ন্মলৈ ভাৰতীয় হ’ল সেইসকলৰ  ওচৰত ভাৰতীয় হোৱাৰ কি প্ৰমাণ আছে  ?

এইয়াই হৈছে NPR , NPR . CAA ৰ পাঁচটা আঙুলিৰ ৰহস্য ৷ 

এতিয়া এই নিয়ম অসমৰ বাবে অভিশাপস্বৰূপ অসমৰ অস্তিত্ব শংকটত ৷ এই নিয়মৰপৰা যদি ৰক্ষা পৰিব আছে তেনেহলে প্ৰথম আঙুলিৰ কামত সাবধান হব লাগিব ৷

লিখক – দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)