হয়তোবা

Rinku Rajowar
0
 দিনটোৰ ইতিবাচক কথাবোৰ
মোনাত ভৰাই লৈ
পৃথিৱীক বিলাবলৈ
পুৱাতে ওলাই যোৱা
মানুহজন
সন্ধিয়ালৈ নেতিবাচক
চোলাপিন্ধি
কৰাল বান্ধা চকুৰে
ঘৰলৈ উলটি আহিল  |

শেন চৰাইবোৰ
এনেকৈয়ে
ফেচা হয় কিজানি  ||

   📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)