সাৱধানে থাকিব

©Admin
0
পথাৰবোৰত হাঁহ ওলাইছে
হাঁহ মাথো হাঁহ
সিহঁতৰ পৰা
নিজক বচাই চলিব ৷
কাৰণ
দেখিলেই ধৰ্ষণ কৰা
হাঁহৰ স্বভাৱ
কি ঠিক
আপোনাকো হয়তো  ?
ক'ত কেতিয়া কি হয়
কোনে ক'ব পাৰে
আপোনাৰ সাঁচতীয়া সম্পদ
কোনোবাই উপভোগ
কৰিব পাৰে  ৷
কাৰণ
পথবোৰত হাঁহ ওলাইছে
দেখিলেই ধৰ্ষণ কৰা
হাঁহৰ স্বভাৱ  ৷

 📝 হেমেন হাজৰিকা
                মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)