শুভ চিন্তন

©Admin
0

১/ বিশ্বাস ৰাখিবা যিটো তোমাৰ হয়

সেইটো তুমিয়ে পাবা ৷


২/ আত্মা বিশ্বাস এনে এটা শক্তি

কঠিন কামকো সহজ কৰি তোলে ৷


৩/ ভাবিবা বৃহৎ হবও বৃহৎ কাৰ্য


৪/ পুথিৰ অবিহনে যি শিক্ষা পোৱা যায়

সেইয়া জীৱনৰ অভিগতা ৷


৫/ আনৰ চকু তোমাৰ ধন অৰ্জনত

তোমাৰ পৰিশ্ৰমত নহয় ৷


৬/  এনে কোনো লক্ষ্য নাই যি তোমাৰ 

সাহসতকৈ ডাঙৰ ৷


৭ / পৰাজিত সি যিয়ে যুদ্ধ কৰা নাই ৷


৮/ জীৱনৰ আন এটা নাম হৈছে সংগ্ৰাম ৷


৯ / ছাত্ৰ এজনৰ মূল কৰ্তব্য জ্ঞান অৰ্জন 

আৰু গুৰুজনাৰ আদৰ্শক অনুকৰণ কৰা ৷


ছাত্ৰ জীৱন মূল্যৱান জীৱন 

এই জীৱনে জীৱনৰ নীতি শিকাই ৷


📝 দুুুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)