সেইটো তুমিয়ে পাবা ৷
২/ আত্মা বিশ্বাস এনে এটা শক্তি
কঠিন কামকো সহজ কৰি তোলে ৷
৩/ ভাবিবা বৃহৎ হবও বৃহৎ কাৰ্য
৪/ পুথিৰ অবিহনে যি শিক্ষা পোৱা যায়
সেইয়া জীৱনৰ অভিগতা ৷
৫/ আনৰ চকু তোমাৰ ধন অৰ্জনত
তোমাৰ পৰিশ্ৰমত নহয় ৷
৬/ এনে কোনো লক্ষ্য নাই যি তোমাৰ
সাহসতকৈ ডাঙৰ ৷
৭ / পৰাজিত সি যিয়ে যুদ্ধ কৰা নাই ৷
৮/ জীৱনৰ আন এটা নাম হৈছে সংগ্ৰাম ৷
৯ / ছাত্ৰ এজনৰ মূল কৰ্তব্য জ্ঞান অৰ্জন
আৰু গুৰুজনাৰ আদৰ্শক অনুকৰণ কৰা ৷
ছাত্ৰ জীৱন মূল্যৱান জীৱন
এই জীৱনে জীৱনৰ নীতি শিকাই ৷
📝 দুুুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ