আপোনাৰ আজিৰ দিনটো

©Admin
0
শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                 
৭ চ'ত , শনিবাৰ,ইং ২১মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/২৭/৩০সূৰ্য্যাস্ত ঘ:৫/৩২/৫১

ৰাশি - মকৰ ৰাশি। প্ৰা:ঘ ৬/২০/৪৯ যোৱাত কুম্ভ ৰাশি।
তিথি - কৃষ্ণা দ্বাদশী । প্ৰা:ঘ: ৭/৫৫/৩৫ লৈ।
নক্ষত্ৰ - ধনিষ্ঠা নক্ষত্ৰ, ৰা: ঘ:  ৭/৪৯/৩ লৈ।
আদ্যঋতু হলে - সুভাগা  যোগ, 
যাত্ৰা নৈক্ষত কোনত নাই । প্ৰা:ঘ: ৭/৫৫/৩৫ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী  নৈক্ষত কোনত  । প্ৰা:ঘ: ৭/৫৫/৩৫ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - দ্বিপদ।প্ৰা:ঘ ৭/৫৫/৩৫ যোৱাত এপদ।
ভক্ষাভক্ষ্য - পূৰৈ শাক,বেঙেনা খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, মনত সামান্য চিন্তা বাঢ়িব লগতে সজাগ নহলে সম্পদ হানিৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় বৃদ্ধি হব পাৰে, কৰ্মত জতিলতা বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক প্ৰতিস্থা লাভ 
কৰিব, ধন মান লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সামান্য সমস্যা বাঢ়িব পাৰে , যদিও সন্মান বাঢ়িব, লগতে প্ৰশংসা লাভৰ যোগ দেখা যায় ।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  অভিমান বাঢ়িব,  মনত সামান্য অশান্তি বাঢ়িব যদিও সাহিত্য সেৱাত মনোনিবেশ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, প্ৰেমত শুভ, যদিও জ্যষ্ঠ জনৰ পৰা সাৱধান হব।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ব্যৱসায়ত শুভ, যদিও সজাগ নহলে নতুন সমস্যা বৃদ্ধিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বিৰোধ হব পাৰে, মনত সামান্য চিন্তা বাঢ়িব, লগতে সজাগ নহলে প্ৰৱঞ্চকৰ দ্বাৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত নিৰাশা বৃদ্ধি হব, যদিও ধন মান লাভ হব,লগতে উত্তম ভোজন লাভৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত মনত সামান্য চিন্তা বাঢ়িব, ভ্ৰমণত জতিলতা বাঢ়িব, যদিও কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, যদিও ব্যয় বাঢ়িব লগতে সজাগ নহলে  বিবাদৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
  জ্যোতিষী 

📝 শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
     নৱগ্ৰহ জ্যোতিষালয়              
  জালুকাৰী , গুৱাহাটী -১৪
 যোগাযোগ-৯১০১০৯৬৪৮১



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)