অৰ্দ্ধাঙ্গিনী

©Admin
0

নিৰ্মল জোনাকৰ শীতলতাত
গৌৰৱৰ অপূৰ্ব জোৱাৰ |
যদি
নাথাকে ৰ'দৰ তীব্ৰতা
উষ্ণতা আৰু
অসহ্য হুমুনিয়া
তেন্তে
কেনেকৈ উপভোগ কৰিবা
জোনৰ বুকুৰ
সাগৰৰ অপাৰ সৌন্দৰ্য  |
আৰু
তুলসীৰ তলৰ
মৃগ পহুৰ মায়াৰ কথা  |
এয়াই
ৰ'দ আৰু জোনাকৰ
অপূৰ্ব মিলন প্ৰীতি  |

         

 📝হেমেন হাজৰিকা ,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)