বেবেৰিবাং

©Admin
0
হৰেন পঞ্চম শ্ৰেণীত পঢ়ে । ভিতৰুৱা গাঁৱত ঘৰ ।  ভৰ বাৰিষা  সময়ৰ  কথা । স্কুল আৰম্ভ হোৱাৰ ভালেমান সময়ৰ পিছতহে সি স্কুল পালেহি । ইফালে ক্লাছ চলি আছে । 
ছাৰ, সোমাব পাৰোনে ?
শিক্ষক- ইমান পলম হ'ল যে তোৰ ?
হৰেন- ছাৰ, ঘৰৰ পৰা অহা ৰাস্তাটো বৰ বোকা । এখোজ আগলৈ দিলে দুখোজ পিছলৈহে যাব লগা হয় । সেই কাৰণে দেৰি হ'ল ছাৰ ।
শিক্ষক- হেৰৌ ! তই যদি এখোজ আগলৈ দিলে দুখোজ পিছলৈ যাব লগা হয় তেন্তে স্কুল কেনেকৈ পাবিহি বুৰ্বক ? 
হৰেন-  ই ছাৰ ! মই উভতি ললো নহয় !

           
  📝সৌৰভ কুমাৰ বৰুৱা
                উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)