আপোনাৰ আজিৰ দিনটো ২৯-০৩-২০২০

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১৫ চ'ত , ৰবিবাৰ,ইং ২৯ মাৰ্চ ২০২০। 
সূৰ্য্যোদয় ঘ:৫/১৮/৪১সূৰ্য্যাস্ত ঘ:৫/৩৬/২০

ৰাশি - বৃষ ৰাশি।
তিথি - শুক্লা পঞ্চমী।ৰা: ঘ: ২/১/৩৫ লৈ।
নক্ষত্ৰ  - কৃত্তিকা নক্ষত্ৰ, ঘ:৩/১৮/১৫ লৈ।
আদ্যঋতু হলে - পতিহীতা যোগ, 
যাত্ৰা - দক্ষিণ দিশত নাই ।ৰা:ঘ: ২/১/৩৫ যোৱাত পশ্চিম দিশত নাই।
যোগিনী - দক্ষিণ দিশত ।ৰা:ঘ: ২/১/৩৫ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - এপদ,। 
ভক্ষাভক্ষ্য - পটল আৰু মুলা  খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ, যদিও মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, লগতে সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, আয় বাঢ়িব, যদিও সজাগ নহলে  মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনত উদ্দীগ্নতা বাঢ়িব, শুভসংবাদ লাভ হব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বন্ধু লাভ হব, স্থিতি বাঢ়িব লগতে  ধন আগমন বৃদ্ধিৰ  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৃতকাৰ্য্যতা  লাভ হব,  প্ৰেম আৰু কৰ্মত শুভ, যদিও সজাগ নহলে মিচা অপৱাদ পোৱাৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বিদ্যাৰ্থী ৰ শুভ, সঞ্চয় বৃদ্ধি হব, যদিও সজাগ নহলে বিশ্চেদ ৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  দ্ৰব্য লাভ হব, লগতে কৰ্মত শুভ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ লাভ হব, কৰ্মত সুযোগ লাভ হব, লগতে ন্যাৰ্যপ্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত এলাহ বাঢ়িব পাৰে, পাৰিবাৰিক অশুভ, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সম্পদ লাভ হব, মনৰ উৎসাহ হ্ৰাস পাৱ পাৰে ।যদিও সামান্য প্ৰাপ্তিৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, বন্ধু লাভ হব, যদিও সামান্য মানসিক অশান্তিৰ  যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

          জ্যোতিষী 

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪
 ফোন নং -9101096481

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)