বেবেৰিবাং

©Admin
0
খগেনৰ বছেৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিছে । 
বাপেকে সুধিলে- তোৰ ৰিজাল্ট কি হ'ল ?
খগেন- আমাৰ গাঁৱৰ প্ৰিন্সিপালৰ পুতেক হৰেন ফেইল হ'ল ।
বাপেক- মই হৰেনৰ কথা সোধা নাই । তোৰ কথা সুধিছো ।
খগেন- মৃগেন দত্ত ডাক্তৰৰ পুতেক বীৰেনেও ফেইল কৰিলে ।
বাপেক- মই তোৰ কথা সুধিছো, তোৰ !
খগেন- আপুনি মিনিস্তাৰ নেকি ?

       
📝সৌৰভ কুমাৰ বৰুৱা
   
                                  
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)