আতংক

Rinku Rajowar
0
কুঁহিপাতে পাতে নামে বসন্ত
     এতিয়া নামিছে ক'ৰোণাৰ আতংক
সময়ে দিছে সকিয়াই নীতি নিয়মৰ 
অবুজন মনৰ এচামে কয় 
আমাৰ একো নহয় !!
ৰাখা হে কৰুণাময় জ্বলাওঁ এগছি বন্তি
সত্যৰ সন্ধান দি আনা সকলোকে উদ্ধাৰি ।
দুচকুত সপোন আছে নৱ প্ৰজন্মৰ
কত দেৱশিশু তোমাৰেই কৰুণাময়
    সংসাৰৰ মায়া মোহে কৰিছে কাতৰ
তুমিহে জানা প্ৰভু দয়াৰ সাগৰ !!

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)